Arijit Singh - Gumutha - Studio - traduction des paroles en anglais

Paroles et traduction Arijit Singh - Gumutha - Studio




Gumutha - Studio
Gumutha - Studio
গোমোঠা ডাৱৰে
Gumutha dawere
জানো কি বুজিছে!
Jano, ki bujiche!
চিঞৰি উঠিছে-নামিছে
Chinjori uthiche-namiche
প্ৰতিটো খোজতে
Protito khojote
তোমাকে মাতিছে
Tomake matiche
দুচকু তিতিছে-ভিজিছে
Ducuku titiche-vijiche
তুমি এবাৰ হাঁহাঁ
Tumi ebaŕ haĥa
আকৌ হাঁহাঁনা
Akau haĥanana
পোহৰলে' আহাঁনা
Poharole' ahaĥana
এন্ধাৰ এৰাঁনা
Endhar eranana
উঠাঁনা, কোৱাঁনা এবাৰ
Uthaĥana, kowaĥana ebaŕ
বিচাৰিছা জানো মিছা?
Bicharicha jano misha?
মিছা জানো বিচাৰিছা?
Misha jano bicharicha?
বিচাৰিছা জানো মিছা?
Bicharicha jano misha?
মিছা জানো বিচাৰিছা?
Misha jano bicharicha?
তুলিব খুজি
Tulibi khuji
দুহাতে তুমি
Duhate tumi
ৰোৱা পৰি জীৱনছবি আনৰ ধৰি
Rowa pori jibonchobi anar dhari
নিজক পাহৰি
Nijok paĥari
ক্ৰমাৎ আঁতৰি
Kramat antara
হ'লা নিজেই জীৱনছবি ৰোৱা পৰি
Hola nijei jibonchobi rowa pori
তুমি এবাৰ হাঁহাঁ
Tumi ebaŕ haĥa
আকৌ হাঁহাঁনা
Akau haĥanana
পোহৰলে' আহাঁনা
Poharole' ahaĥana
এন্ধাৰ এৰাঁনা
Endhar eranana
উঠাঁনা, কোৱাঁনা এবাৰ
Uthaĥana, kowaĥana ebaŕ
বিচাৰিছা জানো মিছা?
Bicharicha jano misha?
মিছা জানো বিচাৰিছা?
Misha jano bicharicha?
বিচাৰিছা জানো মিছা?
Bicharicha jano misha?
মিছা জানো বিচাৰিছা?
Misha jano bicharicha?
আজিৰ চিঞৰ আকৌ ৰুদ্ধ নহয়
Ajir chinjor akau rudh nahay
মৌন কোলাহল নিৰ্বাক যুদ্ধ নহয়
Maun kolahol nirvak juddha nahay
আকৌ হাঁহাঁ, এবাৰ হাঁহাঁ
Akau haĥa, ebaŕ haĥa
বিচাৰিছা
Bicharicha
মিছা-মিছা-মিছা-মিছা়
Misha-misha-misha-misha
মিছা জানো বিচাৰিছা?
Misha jano bicharicha?





Writer(s): Manas Mahanta, Anurag Saikia


Attention! N'hésitez pas à laisser des commentaires.