Zubeen Garg - Dhiniki Dhin Dau Lyrics

Lyrics Dhiniki Dhin Dau - Zubeen Garg



ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে গাঁৱে গাঁৱে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে গাঁৱে গাঁৱে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে বুকুতে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে গাঁৱে গাঁৱে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে বুকুতে
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
হাই হাই অই তোৰেহে মুখখনি নেদেখো
হাই হাই অই জুন যেন মুখখনি নেদেখো
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে গাঁৱে গাঁৱে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ধূলি উৰুৱালে চেৱে চেৱে
হাই হাই অই তোৰেহে মুখখনি নেদেখো
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
পঢ়াশুনা কৰি বিচাৰি চাকৰি
এৰিছিলো ভেটি তোকহে সুৱৰি
এদিন দুদিন কৰি বছৰ গল বাগৰি
আহিলো উভতি তোকহে বিচাৰি
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে বুকুতে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে গাঁৱে গাঁৱে
হাই হাই অই তোৰেহে মুখখনি নেদেখো
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
না নি নিন নেই নিন না নেই
না নি নিন নেই নিন নেই না
না নি নিন নেই নিন না নেই
না নান নান নানা নান
না নি নিন নেই নিন না নেই
না নি নিন নেই নিন নেই না
না নি নিন নেই নিন না নেই
না নান নান নানা নান
কিনো কেনা লাগিল মোৰ মৰমতে
কব পাৰিবনে চকুত চকু ৰাখি
ধনৰে দুখীয়া যদিওবা মই
মনৰে দুখীয়া নাছিলো কদাপি
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে বুকুতে
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
এৰি গুচি গলি হঠাতে
হাই হাই অই তোৰেহে মুখখনি নেদেখো
হাই হাই অই জুন যেন মুখখনি নেদেখো
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
উৰুঙা উৰুঙা মাঘৰে বিহু
সেমেকা সেমেকা ৰঙালী বিহু
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ঢোলে গৰজিলে গাঁৱে গাঁৱে



Writer(s): zubeen garg


Zubeen Garg - Golden Collection of Zubeen, Vol. 6
Album Golden Collection of Zubeen, Vol. 6
date of release
09-10-2015




Attention! Feel free to leave feedback.