Текст песни




কি যে সোণালী দিন!
সোণালী, মুকলি দিন
অলিয়া-বলিয়া মিঠা
হেজাৰ ধেমালি-গাথা
মন যেন সাগৰ, আকাশ
ৰ'দালি, জোনাক, বতাহ
কি যে সোণালী দিন!
সোণালী, মুকলি দিন
অলিয়া-বলিয়া মিঠা
হেজাৰ ধেমালি-গাথা
মন যেন সাগৰ, আকাশ
ৰ'দালি, জোনাক, বতাহ
গাঁৱৰে পথাৰতে চহৰে সলালে উশাহ
গাঁৱৰে পথাৰতে চহৰে সলালে উশাহ
দেহৰে কোঁহে-কোঁহে নতুনে মেলে হেঁপাহ
এখনি জীয়া ছবিৰে কথা
মাটিৰে সুবাসে সনা
হিয়াৰে ৰঙেৰে অঁকা
মন যেন সাগৰ, আকাশ
ৰ'দালি, জোনাক, বতাহ
কি যে সোণালী দিন!
সোণালী, মুকলি দিন
অলিয়া-বলিয়া মিঠা
হেজাৰ ধেমালি-গাথা
মন যেন সাগৰ, আকাশ
ৰ'দালি, জোনাক, বতাহ





Внимание! Не стесняйтесь оставлять отзывы.
Загрузка
Загрузка