Zubeen Garg - Kajol Kajol (Remixed) paroles de chanson
Zubeen Garg Kajol Kajol (Remixed)

Kajol Kajol (Remixed)

Zubeen Garg


paroles de chanson Kajol Kajol (Remixed) - Zubeen Garg




কাজল কাজল
দুচকুতে
এসাগৰ মৰম
অাছে কাৰ বাবে
কাজল কাজল
দুচকুতে
এসাগৰ মৰম
অাছে কাৰ বাবে
মোৰ মন তোমাতেই
প্ৰতি দিন প্ৰতিপলে
তোমাকে বিচাৰো
জনম জনমলেই
সিৰাই সিৰাই তুমি মোৰ
মাথো মোৰ
কাজল কাজল
দুচকুতে
এসাগৰ মৰম
অাছে কাৰ বাবে
সপোন যেন সপোন লাগে
তোমাৰ নীলা দুচকুত
ভৰি আছে মৰম
এবুকু এবুকু
সপোন যেন সপোন লাগে
তোমাৰ নীলা দুচকুত
ভৰি আছে মৰম
এবুকু এবুকু
জীয়া জীয়া সপোন আছে
তোমাৰ দুচকুত
মৰম হৈ
ৰৈ জাম মই
তোমাৰ দুবাহুত
কাজল কাজল
দুচকুতে
এসাগৰ মৰম
অাছে কাৰ বাবে
তেজে তেজেহি পালে
মৰমৰ অনূভৱে
দুখনি হিয়াক জুৰাও আহা
চিৰদিনলে
তেজে তেজেহি পালে
মৰমৰ অনূভৱে
দুখনি হিয়াক জুৰাও আহা
চিৰদিনলে
দিবানে জিৰাবলৈ
এবাৰ তোমাৰ বুকুত
সিৰা সিৰা বিয়পিছে
মৰম দুবাহুত
কাজল কাজল
দুচকুতে
এসাগৰ মৰম
অাছে কাৰ বাবে





Attention! N'hésitez pas à laisser des commentaires.