Arijit Singh - Gumutha - Studio текст песни

Текст песни Gumutha - Studio - Arijit Singh




গোমোঠা ডাৱৰে
জানো কি বুজিছে!
চিঞৰি উঠিছে-নামিছে
প্ৰতিটো খোজতে
তোমাকে মাতিছে
দুচকু তিতিছে-ভিজিছে
তুমি এবাৰ হাঁহাঁ
আকৌ হাঁহাঁনা
পোহৰলে' আহাঁনা
এন্ধাৰ এৰাঁনা
উঠাঁনা, কোৱাঁনা এবাৰ
বিচাৰিছা জানো মিছা?
মিছা জানো বিচাৰিছা?
বিচাৰিছা জানো মিছা?
মিছা জানো বিচাৰিছা?
তুলিব খুজি
দুহাতে তুমি
ৰোৱা পৰি জীৱনছবি আনৰ ধৰি
নিজক পাহৰি
ক্ৰমাৎ আঁতৰি
হ'লা নিজেই জীৱনছবি ৰোৱা পৰি
তুমি এবাৰ হাঁহাঁ
আকৌ হাঁহাঁনা
পোহৰলে' আহাঁনা
এন্ধাৰ এৰাঁনা
উঠাঁনা, কোৱাঁনা এবাৰ
বিচাৰিছা জানো মিছা?
মিছা জানো বিচাৰিছা?
বিচাৰিছা জানো মিছা?
মিছা জানো বিচাৰিছা?
আজিৰ চিঞৰ আকৌ ৰুদ্ধ নহয়
মৌন কোলাহল নিৰ্বাক যুদ্ধ নহয়
আকৌ হাঁহাঁ, এবাৰ হাঁহাঁ
বিচাৰিছা
মিছা-মিছা-মিছা-মিছা়
মিছা জানো বিচাৰিছা?



Авторы: Manas Mahanta, Anurag Saikia


Внимание! Не стесняйтесь оставлять отзывы.