Zubeen Garg - Jolila Purila Lyrics

Lyrics Jolila Purila - Zubeen Garg




ভাবিছিলো জীৱনৰ শুকান বলুকাত
তুমিয়েই সিচিবা মৰমৰ কঠিয়া
তুমি ল'লা মাথোঁ
এবুকু দুখ
জ্বলিলা পুৰিলা নি: শেষ হ'লা
মোৰ প্ৰেমৰ লেলিহান শিখাত
প্ৰেমৰ সাগৰত বাৰে বাৰে কিয়
আহে যে এন্ধাৰৰ জোৱাৰ
থুনুকা হৃদয়ত ডুবালা যেতিয়া
মানি লম সপোনৰ অৱসান
তুমি পালা কিনো মোৰ জীৱনত
শিৰক হৃদয়েৰে ৰঙাব নোৱাৰো
কলিজা কলিজা
জ্বলিলা পুৰিলা নি: শেষ হ'লা
মোৰ প্ৰেমৰ লেলিহান শিখাত
অকলে অকলে আহিলো পৃথিৱীত



Writer(s): zubeen garg


Attention! Feel free to leave feedback.
//}